danewsplus.com
danewsplus.com

পিছুৱাই দিয়া হ’ল আমিৰ খান অভিনীত ছবি “Laal Singh Chaddha”ৰ মুক্তিৰ দিন

0 182


ডিজিটেল ডেস্ক : আমিৰ খান আৰু কৰীণা কাপুৰৰ দ্বাৰা অভিনীত ছবি “Laal Singh Chaddha”ৰ মুক্তিৰ তাৰিখ ২০২২ চনৰ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে। বলিউড হা‌ংগামাৰ ৰিপোৰ্ট অনুযায়ী ছবিখনত আমিৰ খানৰ চৰিত্ৰত বয়সৰ কিছু তাৰতম্য দৃশ্যায়নৰ ক্ষেত্ৰত উন্নতমানৰ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন হৈছে আৰু এই কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব।

পূৰ্বৰ ৰিপোৰ্ট অনুসৰি ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত ছবিগৃহলৈ অহাৰ কথা আছিল “Laal Singh Chaddha” শীৰ্ষক ছবিখন। দৰ্শকসকলে এতিয়া আগ্ৰহেৰে বাট চাইছে এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনলৈ।

Leave A Reply

Your email address will not be published.