danewsplus.com
danewsplus.com

বলিউদৰ পৰা আহিছে সুখবৰ: ৰণবীৰ-আলিয়াই শীঘ্ৰেই আৰম্ভ কৰিব নতুন সম্পৰ্ক

0 148

ডিজিটেল ডেস্ক: বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাট আগবাঢ়িছে জীৱনৰ এক নতুন অধ্যায়ৰ দিশে৷ ২৯ নৱেম্বৰত ৰাজস্থানৰ এখন ৰিজৰ্টত আয়োজন কৰা হৈছে দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব৷

ৰণবীৰে সংবাদ মাধ্যমত কয় যে যদিহে পুনৰ ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ নকৰে তেওঁলোক দুয়ো অতি সোনকালে বিবাহপাশতো আৱদ্ধ হ’ব৷ ২০২২ চনৰ এপ্ৰিল মাহত দুয়োৱে উমৈহতীয়া জীৱন যাত্ৰাৰ পাতনি মেলিব বুলিও মত প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.