danewsplus.com
danewsplus.com

গোলাঘাটৰ মৰঙীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

0 155

ডিজিটেল ডেক্সঃ গোলাঘাটৰ মৰঙীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ৷ প্ৰায় ২ মাহ ধৰি মৌজাটোৰ কেইবাখনো গাঁৱৰ ধাননিত বিচৰণ কৰি ফুৰিছে হাতীৰ এটা জাকে৷ ধান খায় উছন কৰিছে হাতীৰ এই জাকটোৱে৷

নিশা জুই জ্বলাই, ফটকা ফুটাই হাতীৰ জাকটো খেদিবলৈ ৰাইজে চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ হাতীৰ জাকটো এতিয়া আশ্ৰয় লৈছে এখন চাহ বাগিচাত৷ বন্যহস্তীৰ এনে উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷

Leave A Reply

Your email address will not be published.