danewsplus.com
danewsplus.com

নগাঁৱৰ চিকিৎসক ডাঃ দিলীপ কুমাৰ বৰুৱালৈ জীৱন যোৰা সাধনা বঁটা প্ৰদান

0 196

ডিজিটেল ডেস্কঃ নগাঁৱবাসীলৈ এক সুখবৰ ৷ ডাঃ দিলীপ কুমাৰ বৰুৱালৈ জীৱনযোৰা সাধনা বঁটা প্ৰদান৷ শিক্ষা-সাহিত্য, সংস্কৃতি, চিকিৎসা আৰু সমাজ সেৱাকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা ৷

The Association of Surgeons of Assam য়ে গুৱাহাটী লেণ্ডমাৰ্ক হোটেলত বৰুৱাক এই বঁটা প্ৰদান কৰে। বঁটাত এখন স্মাৰকপত্ৰ, অসমগৌৰৱ এশিঙিয়া গড়ৰ প্ৰতীকসহ অঙ্গবস্ত্ৰ প্ৰদান কৰা হয়। বৰুৱাৰ এনে কৰ্মৰাজীয়ে এতিয়া সমগ্ৰ নগাঁওবাসীকে গৌৰাম্বিত কৰি তুলিছে।

Leave A Reply

Your email address will not be published.