danewsplus.com
danewsplus.com

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’

0 496

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ‘ব্ৰীজ’৷ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক আৰু অভিনেত্ৰীয়ে ৰাছিয়ান ব্ৰিটিছ চ’চি আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিছে এই বঁটা ৷ পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰাৰ পৰিৱৰ্তে অভিনেত্ৰী শিবাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷

ৰমা কুমাৰ দাস আৰু সাবিত্ৰী দেৱীৰ দ্বাৰা পৰিচালত ব্ৰীজ চলচ্চিত্ৰখন ৩৭টাতকৈ অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত ইতিমধ্যে কেইবাটাও পুৰস্কাৰ লাভ কৰা ব্ৰীজৰ অভিনেত্ৰী-পৰিচালকে লাভ কৰা এই সন্মানত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ কলা-কুশলীসকল৷

Leave A Reply

Your email address will not be published.