danewsplus.com
danewsplus.com

ভৱানীপুৰৰ শালবাৰীৰ বৰটাৰীৰ ৬৬ নং ভোটগ্ৰহণ কেন্দ্ৰত বিকল EVM

0 505
  • ভৱানীপুৰ সমষ্টিত EVM বিকল হোৱাত ভোটদানৰ পৰা বঞ্চিত ভোটাৰ।
  • ভৱানীপুৰ সমষ্টিৰ শালবাৰীৰ বৰটাৰীৰ ৬৬ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএম মেচিন বিকল।
  • ঘন্টাজোৰা সময় অপেক্ষা কৰিবলগীয়াত পৰিছে ভোটাৰ ৰাইজ।
  • ভোটগ্রহণ কেন্দ্রটোত ৭২ টা ভোট সাব্যস্ত হোৱাৰ পিচতে বিকল হৈ পৰিল EVM.
  • উল্লেখ্য যে, পুৱা ১১ বজালৈকে ভৱানীপুৰত ১৬ শতাংশ ভোটদান সম্পন্ন হৈছে।
Leave A Reply

Your email address will not be published.