danewsplus.com
danewsplus.com

৫ সমষ্টিৰ উপ নিৰ্বাচনঃ ক’ত কিমান প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা

0 131
  • পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
  • গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী থাওৰাত আৰম্ভ হৈছে ভোটগ্ৰহণ
  • ৩১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭,৯৬,৪৫৬ ভোটাৰে
  • ৫টা সমষ্টিৰ ১,১৭৬টা কেন্দ্ৰত ভোটগ্ৰহণ
  • প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ৱেব কাষ্টিঙৰ ব্যৱস্থা
  • গোসাঁইগাঁও, ভৱানীপুৰত ৮জনকৈ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
  • তামুলপুৰত ৬, মৰিয়নীত ৪জন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
  • থাওৰা সমষ্টিত ভোট যুদ্ধত ৫ প্ৰাৰ্থী
  • ৫ সমষ্টিৰ এটা সমষ্টিটো নাই মহিলা প্ৰাৰ্থী
  • গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা ভোটকেন্দ্ৰ
  • তামুলপুৰত ৩২২টা, মৰিয়নীত ১৮৩টা ভোটকেন্দ্ৰ
  • থাওৰা সমষ্টিৰ ১৭৩টা কেন্দ্ৰত ভোটগ্ৰহণ
  • উল্লেখ্য যে, ২ নৱেম্বৰত আটাইকেইটা সমষ্টিৰ ভোটগণনা
Leave A Reply

Your email address will not be published.