danewsplus.com
danewsplus.com

আপুনি কিমান স্পীডত গাড়ী চলায়? PWD-এ ঘোষণা কৰিছে ‘স্পীড লিমিট’

0 562

ডিজিটেল ডেস্কঃ লোক নিৰ্মাণ বিভাগে জাৰি কৰিলে বাহনৰ সৰ্বাধিক গতিবেগৰ সীমা ৷ PWDৰ পথত সৰ্বাধিক গতিবেগ ৮০ কিলোমিটাৰ৷ গুৱাহাটীৰ ৰাজপথত প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰতকৈ বেছি বেগত চলাব নোৱাৰিব বাহন।

PWD-এ ঘোষণা কৰিছে ‘স্পীড লিমিট’
গুৱাহাটীত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৫০ কিঃমিঃ
ডিভাইডাৰ থকা পথত চলাব পাৰিব এই গতিবেগত
মহানগৰীৰ অন্যান্য পথত প্ৰতিঘণ্টাত ৪০ কিঃমিঃ
অতি ব্যস্ত বজাৰত প্ৰতিঘণ্টাত ২০ কিঃমিঃ
পাহাৰীয়া ২ লেনযুক্ত পথত প্ৰতিঘণ্টাত ৫০ কিঃমিঃ
পাহাৰীয়া ৫.৫ মিটাৰ বহল পথত প্ৰতিঘণ্টাত ৪০ কিঃমিঃ
পাহাৰীয়া ছিংগল লেনৰ পথত প্ৰতিঘণ্টাত ৩০ কিঃমিঃ
ডিভাইডাৰযুক্ত ৪ লেনযুক্ত পথত প্ৰতিঘণ্টাত ৮০ কিঃমিঃ
সমতলৰ ছিংগল লেনৰ পথত প্ৰতিঘণ্টাত ৪০ কিঃমিঃ

Leave A Reply

Your email address will not be published.