danewsplus.com
danewsplus.com

ভাৰত-পাকিস্তানৰ খেল চোৱাৰ বাবে বিশেষ ব্যৱস্থা,দিল্লীৰ এখন ৰেষ্টোৰাঁই দিছে গ্ৰাহকক বিশেষ অফাৰ

0 288

ডিজিটেল ডেক্সঃ আজিৰ ভাৰত-পাকিস্তানৰ মেচখনক বিভিন্নজনে বিভিন্নধৰণেৰে উপভোগ কৰাৰ পৰিকল্পনা কৰিছে৷ দিল্লীৰ এখন বিশেষ ৰেষ্টুৰেণ্টে আজিৰ দিনটোত গ্ৰাহকলৈ বিশেষ অফাৰ আগবঢ়াইছে৷

আন উইণ্ড ৰেষ্টোৰাঁখনত বহি ভাৰত-পাকিস্তানৰ খেল চোৱা গ্ৰাহকক বিশেষ ৰেহাই দিব কৰ্তৃপক্ষই৷ ৰেষ্টোৰাখনলৈ অহা গ্ৰাহকসকলে যাতে খেলখন সুন্দৰভাৱে উপভোগ কৰিব পাৰে তাৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰিছে মালিকপক্ষই৷

Leave A Reply

Your email address will not be published.