danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি

0 536

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে বহু কেইজন সাধাৰণ নাগৰিকক হত্যা কৰা পিছত সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট৷ জম্মু-কাশ্মীৰত মোতায়ন কৰা হৈছে CRPFৰ বৃহৎ দল৷ আনহাতে NIAই জম্মু-কাশ্মীৰত ১১টা এলেকাত সন্ত্ৰাসবাদীৰ সন্ধানত আৰম্ভ কৰিছে ব্যাপক অভিযান ৷ জন্মু-কাশ্মীৰৰ শ্ৰীনগৰ, বাৰামুলা, পুলৱামা, আৱন্তীপুৰ, চপ’ৰ, কুলগাম আদি অঞ্চলত NIA-ই অব্যাহত ৰাখিছে অভিযান৷ আনহাতে জম্মু-কাশ্মীৰত মোতায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনী ৷ জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত ব্যাপক ৰূপত অভিযান চলাইছে অৰ্ধসামৰিক বাহিনীয়ে ৷

Leave A Reply

Your email address will not be published.