danewsplus.com
danewsplus.com

বায়ুসেনাৰ নতুন মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ ভি আৰ চৌধুৰীৰ

0 719

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ নতুন মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ কৰিলে বিবেক ৰাম চৌধুৰীয়ে৷ পূ্ৰ্বৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদাউৰিয়াই অৱসৰ গ্ৰহণ কৰাৰ পিছত নিশা বায়ুসেনাৰ নতুন মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ কৰে বিবেক ৰাম চৌধুৰীয়ে৷

উল্লেখ্য যে, এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰী হৈছে ভাৰতীয় বায়ুসেনাৰ ২৭সংখ্যক মুৰব্বী৷ এই দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে বায়ুসেনাৰ উপ-প্ৰধানৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷

Leave A Reply

Your email address will not be published.