danewsplus.com
danewsplus.com

মঙ্গলবাৰৰ পৰা যোৰহাটলৈ বাছ সেৱাৰ ব্যৱস্থা মাজুলী জিলা প্ৰশাসনৰ

0 443

যোৱা ৮ চেপ্তেম্বৰ তাৰিখে নিমাতীত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছত এতিয়া মাজুলী জিলা প্ৰশাসনে বাছ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মঙ্গলবাৰৰ পৰা যোৰহাটলৈ দুখনকৈ বাছ চলাচল কৰিব।

উল্লেখ্য যে, পুৱা ১০ বজা আৰু ১২ বজাত মাজুলীৰ পৰা যাত্ৰা কৰিব বাছ দুখনে।

Leave A Reply

Your email address will not be published.