danewsplus.com
danewsplus.com

পুনৰ আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফলাইন পাঠদান প্ৰক্ৰিয়া

0 197

ডিজিটেল ডেস্কঃ ১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব অফলাইন পাঠদান। চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ কৰাৰ সিন্ধান্ত লৈছে কৰ্তৃপক্ষই। সম্প্ৰতি গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে খুলি দিয়া হৈছে হোষ্টেলসমূহ।

উল্লেখ্য় যে , ক’ভিড বিধিৰ মাজৰে চলিব পাঠদান প্ৰক্ৰিয়া। ইতিমধ্যেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে SOP । লগতে প্ৰতিগৰাকী কৰ্মচাৰী-অধ্যাপকক বিশ্ববিদ্যালয়ত উপস্থিত থাকিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে।

এই তথ্য় সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈয়ে।

Leave A Reply

Your email address will not be published.