danewsplus.com
danewsplus.com

চামগুৰিত ধৃত ২টা দুৰ্ধৰ্ষ ডকাইত, ডকাইত ২টাৰ পৰা জব্দ এখন ছুইফট ডিজায়াৰ

0 151

ডিজিটেল ডেক্সঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ জালত পৰিল ২টা দুৰ্ধৰ্ষ ডকাইত ৷ ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে এখন ছুইফট ডিজেয়াৰ গাড়ী ৷ ২১ আগষ্টত কলিয়াবৰৰ ৰেকাপাহাৰত সংঘটিত ডকাইতিৰ ঘটনাত জড়িত আছিল ধৃত ডকাইত দুটা ৷

আৰক্ষীয়ে বন্দী কৰা এই ডকাইত দুটা হৈছে চামগুৰিৰ কাৱৈমাৰীৰ মহম্মদ মজিবুৰ আৰু টেকেলিফুটাৰ ইলিয়াছ খান ৷ চিচি টিভি কেমেৰা আৰু অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অনুসন্ধান চলাই আৰক্ষীয়ে বন্দী কৰে এই ডকাইত দুটাক ৷

Leave A Reply

Your email address will not be published.