danewsplus.com
danewsplus.com

অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড

0 398

ডিজিটেল ডেক্সঃ অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা দুলীয়াজান-ডিগবৈ মূল গড়কাপ্তানি পথৰ দুয়োকাষে থকা অইল ইণ্ডিয়াৰ পাইপলাইনত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ যোৰাজান অ’ চি এছৰ লগত সংলগ্ন এডাল তেল পৰিবাহী পাইপলাইনত সংঘটিত হৈছে এই অগ্নিকাণ্ড। খবৰ অনুসৰি উক্ত পাইপলাইনত তেল চুৰি চক্ৰই অতি কৌশলেৰে অতিৰিক্ত ভাল্ব স্থাপন কৰি চুৰি কাৰ্য চলাই থাকোতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

Leave A Reply

Your email address will not be published.