danewsplus.com
danewsplus.com

কি কি সিদ্ধান্ত লোৱা হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত

0 164
  • ৰাজ্যৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন
  • কেবিনেট বৈঠকৰ অন্তত ৩ মন্ত্ৰীৰ সম্বাদমেল
  • ৰাজ্যত অচিৰে ১ লাখ চাকৰিত নিযুক্তি হ’ব
  • স্বাস্থ্য বিভাগত ৮,৮৫৫টা পদ মোকলাই দিয়াৰ সিদ্ধান্ত
  • স্বাস্থ্যৰ ৮,৮৫৫টা পদৰ আটায়েই টেকনিকেল বিভাগৰ
  • ছেপ্টেম্বৰৰ পৰা বাছনি প্ৰক্ৰিয়া আৰম্ভ হ’ব নিযুক্তিৰ
  • সংবাদমেলত জনালে জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগে
  • পীয়ূষ হাজৰিকা, কেশৱ মহন্তৰো সম্বাদমেলত সম্বোধন
  • প্ৰতি সমষ্টিৰ ৫০ যুৱক-যুৱতীক বিনামূল্যে চালক প্ৰশিক্ষণ
  • প্ৰশিক্ষণৰ অন্তত লাইচেঞ্চ প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰৰ
  • ৰাজ্যৰ সৰ্বমুঠ ৬,৬০০ যুৱক-যুৱতীক দিয়া হ’ব প্ৰশিক্ষণ
  • এতিয়াৰ পৰা ‘লালুং’ শব্দৰ সলনি ‘তিৱা’ৰ প্ৰচলন হ’ব ৰাজ্যত
  • স্বাস্থ্য, শিক্ষা, গৃহত ৫২ হাজাৰ ৫০০ পদ মুকলি হ’ব
  • নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ছেপ্টেম্বৰ মাহৰ পৰা
  • ২০ তাৰিখে ৰাজ্য চৰকাৰৰ ৩ মাহ পূৰ হ’ব
  • সেইদিনা কৰ্মচাৰীসকলক বিশেষ উপহাৰ দিয়া হ’ব
  • ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আনিছে কেবিনেটে
  • ১৭%কৈ পাই থকা DR ২৮ শতাংশলৈ বৃদ্ধি কৰা হ’ব
  • ১১ শতাংশ পোৱাসকলৰ DR বৃদ্ধি কৰা হৈছে ১৭%লৈ
  • ড্ৰাইভিং প্ৰশিক্ষণ লোৱাসকলক গাড়ী কিনিবলৈ দিব ঋণ
  • চৰকাৰৰ ফালৰ পৰা ঋণৰ ছাবচিডী দিব ১ লাখ টকা
Leave A Reply

Your email address will not be published.