danewsplus.com
danewsplus.com

বালিকা বিবাহ কৰাবলৈ আহিছিল তিনি পত্নীৰ স্বামীৰূপী দৰা,ভাগ্য বেয়া! তাৰ পাছত ঘটিল এয়া

0 201

ডিজিটেল ডেস্ক: বালিকা বিবাহ কৰাবলৈ আহি ৰঙাঘৰলৈ তিনি পত্নীৰ স্বামী ৷ ধুবুৰীৰ চাপৰৰ হলদিবাৰীৰ ঘটনা এয়া ৷ ছাপটগ্ৰামৰ ছফিকুল আলী নামৰ লোকজন হলদিবাৰীলৈ আহিছিল বিয়া কৰাবৰ বাবে ৷ বিবাহথলীত খবৰ ওলাল এই লোকজন তিনি পত্নীৰ গৰাকী বুলি ৷

লগে লগে লাগিল হুলস্থুল ৷ ৰাইজে খবৰ দিলে আৰক্ষীক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দৰাৰূপী ছফিকুল আলীৰ লগতে তেওঁৰ দেউতাক ছাদেৰ আলীসহ চাৰিজনক ৷ গ্ৰেপ্তাৰ কৰা এজন আছিল বিয়াৰ ঘটক ৷ ইতিমধ্যে আটাইকেইজনকে প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ ৷

Leave A Reply

Your email address will not be published.