danewsplus.com
danewsplus.com

কাইলৈৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন SOP

0 139
  • কাইলৈৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন SOP
  • দিনৰ ভাগত সান্ধ্য আইন শিথিল, নিশাৰ ভাগত সান্ধ্য আইন
  • সকলো জিলাতে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন
  • বিয়লি ৫ বজালৈ খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান
  • পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত
  • আন্তঃজিলা যাতায়াতত ৫০ শতাংশ যাত্ৰীৰ অনুমতি
  • মানিব লাগিব সামাজিক দূৰত্ব, ব্যৱহাৰ কৰিব লাগিব মাস্ক
  • বিবাহ, অন্ত্যেষ্টিক্ৰিয়া আদিত ১০জন লোকৰ অনুমতি
  • ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক
  • বন্ধ থাকিব সাপ্তাহিক হাট-বজাৰ
  • কাইলৈ পুৱা ৫ বজাৰ পৰা বলৱৎ হ’ব নতুন নিৰ্দেশনা
Leave A Reply

Your email address will not be published.