danewsplus.com
danewsplus.com

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল

0 200

ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫৮,২৪৪গৰাকী শিক্ষাৰ্থী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮৯,৫২০গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩,২৯১গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪,৬০৯গৰাকী।

একেদৰে বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১,১৮৯গৰাকী। বাণিজ্য শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৪৯৭গৰাকী আৰু বাণিজ্য শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮গৰাকী শিক্ষাৰ্থী।

Leave A Reply

Your email address will not be published.