danewsplus.com
danewsplus.com

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত,এতিয়াও সীমান্তত যুযুধান ৰূপত অৱস্থান মিজোৰ

0 254

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত।এতিয়াও সীমান্তত যুযুধান ৰূপত অৱস্থান মিজোৰ। সন্ধিয়ালৈ সীমাৰ সিপাৰৰ পৰা গুলীচালনা মিজোৰ। গৃহমন্ত্ৰীৰ হস্তক্ষেপৰ পিছত সীমান্তত অসম আৰক্ষী প্ৰত্যাহাৰ। দুপৰীয়া ১২.৩০ বজাত মিজোৰ প্ৰথমটো আক্ৰমণ। লাইলাপুৰৰ সীমান্তত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা মিজোৰ। অসমৰ মাটিত অসম আৰক্ষীক উচ্ছেদত বাধা।

অসমৰ সীমান্ত চকী উঠাই নিয়াৰ বাবে মিজোৰ প্ৰতিবাদ। প্ৰতিবাদৰ পিছতে শিলাবৰ্ষণ, লাঠীৰে আক্ৰমণ মিজোৰ। নিৰ্বিচাৰে গুলীবৰ্ষণ মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ। অসম আৰক্ষীয়ে আক্ৰমণ কৰা নাছিল মিজো লোকক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত শান্তিপূৰ্ণ স্থিতি গ্ৰহণ কৰিছিল অসম আৰক্ষী। কিন্তু মিজো আৰক্ষীক নিয়ন্ত্ৰণ কৰা নাই মুখ্যমন্ত্ৰী জোৰাম থাংগাই।

Leave A Reply

Your email address will not be published.