danewsplus.com
danewsplus.com

চকুৰ পচাৰতে এক ভয়ংকৰ দুৰ্ঘটনা

0 330

চকুৰ পচাৰতে এক ভয়ংকৰ দুৰ্ঘটনা৷ হঠাৎ ৰাজপথৰ এটা অংশ খহি গাঁতত সোমাই পৰিল এখন গাড়ী৷ মুহূৰ্ততে সৃষ্টি হ’ল হাহাকাৰময় পৰিস্থিতি৷ বহু সময়ৰ মূৰত ক্ৰেনেৰে টানি উলিওৱা হ’ল গাড়ীখন৷

ৰাজধানী দিল্লীৰ দ্বাৰকানগৰত ঘটিল এই অঘটন৷ যোৱা কেইবাদিনো ধৰি দিল্লীত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই এই দুৰ্ঘটনা ঘটাৰ সন্দেহ কৰা হৈছে৷ অৱেশ্য এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই৷

Leave A Reply

Your email address will not be published.