danewsplus.com
danewsplus.com

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ

0 442

ডিজিটেল সংবাদ, গুৱাহাটী: ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ। ২৪ ঘণ্টাত ৰাজ্যত ১.৪০% তললৈ নামিল পজিটিভিটীৰ হাৰ। শুকুৰবাৰৰ দিনটোত নতুনকৈ ১,৭৮২জন ক’ভিডত আক্ৰান্ত হয়। আক্ৰান্তসকলৰ ১৭৪জন কামৰূপ মহানগৰৰ।

আনসকল আক্ৰান্ত হৈছে গোলাঘাটৰ ১৭৫জন, যোৰহাটৰ ১১০জন, লখিমপুৰৰ ১২৭জন, শিৱসাগৰৰ ১১৪জন, শোণিতপুৰৰ ২৪ ১০৩জন।

ৰাজ্যত শুকুৰবাৰে ক’ভিডত প্ৰাণ হেৰুৱায় ২৪জন লোকে। ইফালে, ক’ভিড টেষ্ট কৰা হয় ১,২৭,৪৯০জনৰ। ক’ভিডমুক্ত হৈ ঘৰলৈ উভতিল ৯৫.৪৯% লোক।

Leave A Reply

Your email address will not be published.