danewsplus.com
danewsplus.com

মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী

0 163

গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে বোকাখাত আৰক্ষীৰ অভিযান৷ মণিপুৰৰ পৰা গ্ৰেপ্তাৰ এটা কুখ্যাত চোৰাং চিকাৰী৷ মণিপুৰ আৰক্ষীৰ সহযোগত চূড়চান্দপুৰৰ পৰা বোকাখাত আৰক্ষীয়ে বন্দী কৰে টি ভি খামখৌপ নামৰ এই চোৰাং চিকাৰীটোক৷

পূৰ্বৰ গোচৰৰ ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এই চোৰাং চিকাৰীটোক৷ বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে চোৰাং চিকাৰীটো৷

Leave A Reply

Your email address will not be published.