danewsplus.com
danewsplus.com

হাজোত এজন ড্ৰাগছ সেৱনকাৰীয়ে ব্যস্ত কৰি ৰাখিলে সকলো লোককে

0 129

হাজোৰ অলিয়ে-গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা৷  কামৰূপ আৰক্ষীক প্ৰত্যাহ্বান জনাই ড্ৰাগছ মাফিয়াই চলাই গৈছে ড্ৰাগছৰ ব্যৱসায়৷ হাজোৰ পাখামেলাত ভঙা-ছিঙা বস্তু কঢ়িওৱা যুৱক নামিছে ড্ৰাগছ ব্যৱসায়ত৷ এনে এজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোতে ধৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ৷

উল্লেখ্য যে, হাজোৰ শনিয়াদিৰ লম্বু নামৰ এটা ড্ৰাগছ মাফিয়াৰ ছত্ৰছায়াত হাজোত চলিছে ড্ৰাগছৰ অবাধ ব্যৱসায়৷ প্ৰায় ৫০জন এজেণ্ট নিয়োগ কৰি হাজো আৰক্ষীৰ সন্মুখতে লম্বুৱে চলাইছে ড্ৰাগছৰ ব্যৱসায়৷ কামৰূপ আৰক্ষীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

Leave A Reply

Your email address will not be published.