danewsplus.com
danewsplus.com

দ্ৰুতগতিত আগবাঢ়িছে নিৰ্মীয়মাণ AIIMSৰ কাম-কাজ

0 114

ডিজিটেল ডেস্ক, আমিনগাঁও: কেইটামান মাহৰ পিচতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত ঘটিব অন্য এক সংযোজন । ক’ভিডসৃষ্ট পৰিবেশৰ মাজতো এই  ভাল খবৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে । দেশবাসীৰ বাবে মুকলি হোৱাৰ পথত উত্তৰ গুৱাহাটীৰ চাংসাৰীত নিৰ্মাণৰত  AIIMS।

ইতিমধ্যে OPD, IPD প্ৰশাসনিক ভৱন, হোষ্টেল, অতিথিশালা আদি কামৰ ৮০ শতাংশ কাম সম্পূ্ৰ্ণ হৈ উঠিছে। প্ৰায় ৭০০ বিঘা ভূমি সামৰি দিনে-নিশাই চলাই আছে নিৰ্মাণৰ কাম। ক’ভিডসৃষ্ট পৰিৱেশৰ ফলত নিৰ্মাণৰ কাম লেহেমীয়া হৈছিল যদিও চলিত বৰ্ষৰ শেষৰ ফালে মুকলি হব গুৱাহাটী AIIMSৰ দুৱাৰ । এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত AIIMSৰ নিৰ্মাণকাৰ্য চলি আছে ।

Leave A Reply

Your email address will not be published.