danewsplus.com
danewsplus.com

অসমত নতুনকৈ ২৪৩৩ গৰাকীৰ দেহত ক’ৰোনা, মৃত্যু ৩৪জনৰ

0 94

ৰাজ্যত সোমবাৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস ক’ভিড সংক্ৰমণ। মঙলবাৰে নতুনকৈ আক্ৰান্ত ২,৪৩৩, মৃত্যু ৩৪। মঙলবাৰে ক’ভিড পজিটিভিটীৰ হাৰ ২.৪৩%।

ইফালে দিনটোত ১,০০,২৬২গৰাকীৰ ক’ভিড টেষ্ট সম্পন্ন হোৱাৰ লগতে কামৰূপ মেট্ৰ’ত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। মঙলবাৰে কামৰূপ মেট্ৰ’ত আক্ৰান্ত ২০৩গৰাকী। একেদৰে ৰাজ্যত মঙলবাৰে ক’ভিডমুক্তৰ হাৰ ৯৪.৪৫%।

Leave A Reply

Your email address will not be published.