danewsplus.com
danewsplus.com

ৰঙাগ্ৰহত চলিছে এখন ৬ চকীয়া গাড়ী,ঝুঁৰ’ ৰ’ভাৰে প্ৰেৰণ কৰিছে ফটো, ভিডিঅ

0 211

ৰঙাগ্ৰহত চলিছে এখন ৬ চকীয়া গাড়ী৷ মঙলৰ বুকুত ঘুৰি ঘুৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে ফটো, ভিডিঅ’৷ এনে এক ভিডিঅ’ পোষ্ট কৰি সমগ্ৰ বিশ্বকে চমক দিছে চীনৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান CNSA-ই ৷ সংস্থাটোৱে প্ৰকাশ কৰিছে যে মঙললৈ পঠোৱা এই ঝুঁৰ’ ৰভাৰখনে পৰিকল্পনামতেই কাম কৰি আছে ৷

ইতিমধ্যে ৰ’ভাৰখনে মঙলত এটা ৱায়াৰলেছ কেমেৰাও স্থাপন কৰিছে ৷ যোৱা ১৫ মে’ত চীনে মঙললৈ প্ৰেৰণ কৰিছিল এই ৰ’ভাৰখন ৷ ২২ মে’ৰ পৰা সক্ৰিয় হৈছে এই যানখন৷ সকলো ঠিকে ঠাকে থাকিলে মঙলৰ বহু ৰহস্য উন্মোচন কৰিব চীনৰ এই অভিযানে ৷

Leave A Reply

Your email address will not be published.