danewsplus.com
danewsplus.com

মহানগৰীৰ কাহিলিপাৰাত চিপ লোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

0 149

গুৱাহাটীৰ কাহিলিপাৰাত মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ গছত চিপ লৈ থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এগৰাকী মহিলাক। কাহিলিপাৰাৰ সোণাইঘূলিৰ মিচিং নামঘৰ পথত এই অঘটন৷

মৃত মহিলাগৰাকী জ্যোতিকুছিৰ মঞ্জুৰাণী সাহা বুলি জানিব পৰা গৈছে৷ পুৱা ৫ বজাৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী৷ ঘটনাৰ প্ৰসংগত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে৷ কোনোবাই হত্যা কৰি এইদৰে ওলোমাই থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷

Leave A Reply

Your email address will not be published.