danewsplus.com
danewsplus.com

পুৰুষ চিকিৎসকে শালীনতাহানি কৰিলে মহিলা চিকিৎসকৰ! ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া

0 95

ডিব্ৰুগড়ত চাঞ্চল্য ঘটনা। এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা চিকিৎসকক যোৱা নিশা শালীনতাহানি কৰাৰ অভিযোগ। ডাঃ নয়নজ্যোতি ডেকা নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।

মহিলা চিকিৎসকগৰাকীয়ে ইতিমধ্যে বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১২২১/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৩২৮ ধাৰাত চিকিৎসকজনক সোধ-পোছৰ বাবে আটক কৰিছে।

Leave A Reply

Your email address will not be published.