danewsplus.com
danewsplus.com

লণ্ডনত আৰম্ভ চলিত বছৰৰ G-7 ছামিট। আজি ভাৰ্চুৱেল মাধ্যমত ছামিটত অংশগ্ৰহণ কৰিব মোদীয়ে।

0 129

প্ৰধানমন্ত্ৰী মোদীয়ে আজি অংশগ্ৰহণ কৰিব লণ্ডনত অনুষ্ঠিত G-7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত৷ ভাৰ্চুৱেল মাধ্যমত এইবাৰ মোদীয়ে সম্বোধন কৰিব এইবাৰৰ G-7 ছামিট৷ আজি আৰু কাইলৈ তিনিটা ছেচনত নিজৰ বক্তব্য দাঙি ধৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷

ক’ৰোনা পৰিস্থিতিৰ বাবে এইবাৰৰ ছামিটত সো-শৰীৰে অংশগ্ৰহণ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সহ ইউৰোপ, আমেৰিকাৰ ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধান ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে৷

Leave A Reply

Your email address will not be published.