danewsplus.com
danewsplus.com

কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠকত…

0 124

নৱ গঠিত অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয়৷ বৈঠকৰ পিছতে মুখপাত্ৰ পীয়ূষ হাজৰিকাই সম্বোধন কৰে সংবাদমেল। বৈঠকত কি কি আলোচনা কৰা হ’ল সেই কথা মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

আলোচনা কৰা বিষয়সমূহ হৈছে-

  • ক’ভিড পৰিস্থিতিক লৈ আজিৰ বৈঠকত আলোচনা৷
  • প্ৰশাসনিক সংস্কাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • বৃদ্ধ আৰু দিব্যাংগ পেঞ্চনৰ বাবে পঞ্চায়তে প্ৰেৰণ কৰিব নালাগে চিলিং৷
  • প্ৰতিমাহৰ ১০ তাৰিখে দিয়া হ’ব বৃদ্ধ-দিব্যাংগ পেঞ্চন৷
  • বিধবা পেঞ্চনৰ ক্ষেত্ৰতো অনুৰূপ নিৰ্দেশনা৷
  • নতুনকৈ গঠন বড়োলেণ্ড কল্যাণ বিভাগ৷
  • এতিয়াৰে পৰা স্বতন্ত্ৰ ৰূপত বড়োলেণ্ড কল্যাণ বিভাগ৷
  • BTRটো স্থাপন হ’ব প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৷
  • প্ৰাৰম্ভিক পৰ্যায়ত ভাৰাঘৰত আৰম্ভ হ’ব BTR ষ্টাফ কলেজ৷
  • অভিভাৱক মন্ত্ৰীৰ বাবে নিয়োগ হ’ব সচিব পৰ্যায়ৰ বিষয়া৷
  • প্ৰতিমাহে এদিন সংশ্লিষ্ট জিলা ভ্ৰমণ বাধ্যতামূলক৷
  • জৰুৰীকালীন অৱস্থাত তৎপৰ হোৱাৰ নিৰ্দেশ৷
  • আঁচনিৰ সবিশেষ তথ্য নিৰীক্ষণ বাধ্যতামূলক৷
  • অভিভাৱক মন্ত্ৰীয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন৷
  • প্ৰশাসনিক সকলো কামকাজ নিৰীক্ষণৰ দায়িত্ব অভিভাৱক মন্ত্ৰীৰ৷
  • চৰকাৰীভাৱে সম্পন্ন কৰা হ’ব মাজেন্দ্ৰ নাৰ্জাৰীৰ শেষকৃত্য৷
  • পৰিমল শুক্লবৈদ্য, ইউজি ব্ৰহ্মক নাৰ্জাৰীৰ বাসগৃহলৈ প্ৰেৰণ৷
Leave A Reply

Your email address will not be published.