danewsplus.com
GMCHৰ পৰা হেৰাল ক’ভিড ৰোগী…
- GMCHৰ পৰা সন্ধানহীন ক’ভিড ৰোগী।
- চবিন বৰ্মন নামৰ ৰোগীজন সন্ধানহীন।
- যোৱা ২৫ মে’ৰ পৰা নিখোজ হৈ আছে চবিন।
- চবিনক বিচাৰি পৰিয়ালৰ লোকৰ হাহাকাৰ।
- ২৩ মে’ত GMCHত ভৰ্তি হৈছিল চবিন বৰ্মন।
- ঘটনা সন্দৰভত ভঙাগড় থানাত এজাহাৰ দাখিল।