danewsplus.com
danewsplus.com

ৰাজ্যত বলৱৎ নহয় লকডাউন

0 170
  • ৰাজ্যত বলৱৎ নহয় লকডাউন।
  • বৃদ্ধি কৰা হ’ল সান্ধ্য আইনৰ সময়সীমা।
  • ৫ জুনলৈ বাহাল থাকিব ক’ভিড নিৰ্দেশনা।
  • গ্ৰামাঞ্চলত বৃদ্ধি সান্ধ্য আইনৰ সময়।
  • ১ বজাতে বন্ধ কৰিব লাগিব গ্ৰমাঞ্চলৰ দোকান-পোহাৰ।
  • দিনৰ ২ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।
  • পূৰ্বে বিয়লি ৫ বজাৰ পৰা আছিল এই সময়।
  • চহৰাঞ্চলত একেই থাকিব ক’ভিড নিৰ্দেশনা।
  • দিনৰ ১১ বজাতে বন্ধ হ’ব দোকান-পোহাৰ।
  • দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।
Leave A Reply

Your email address will not be published.