danewsplus.com
danewsplus.com

অসম আৰক্ষীত ব্যাপক সাল-সলনি

0 83
  • অসম আৰক্ষীত ব্যাপক সাল-সলনি৷
  • শুভাশীষ বৰুৱাক ADCলৈ পদোন্নতি৷
  • পশ্চিম গুৱাহাটীলৈ বদলি বৰুৱাক৷
  • জগদীশ দাসক যোৰহাটলৈ বদলি৷
  • জ্যোতিৰঞ্জন দাসক মানকাচৰলৈ বদলি৷
  • নিৰুপমা হাজৰিকাক নগাঁৱৰ Addl. SPৰ দায়িত্ব৷
  • প্ৰণৱ কুমাৰ পেগুক তিনিচুকীয়াৰ Addl. SPৰ দায়িত্ব৷
  • চৰাইদেউৰ Addl. SPৰ দায়িত্ব অমিতাভ বসুমতাৰীক৷
  • বাক্সাৰ Addl. SPৰ দায়িত্ব উজ্জ্বল প্ৰতীম বৰুৱাক৷
  • সুৰজিৎ সিং পানেছাৰক কোকৰাঝাৰৰ Addl. SPৰ দায়িত্ব৷
  • পাৰ্থপ্ৰতীম শইকীয়াক কাছাৰৰ Addl. SPৰ দায়িত্ব৷
  • নোমল মাহাতোক গুৱাহাটীৰ অপৰাধ শাখাৰ ADCPৰ দায়িত্ব৷
Leave A Reply

Your email address will not be published.