danewsplus.com
danewsplus.com

কৰিমগঞ্জৰ ছলামনাত পিতৃক ঘপিয়াই হত্যা ২ পাষাণ পুত্ৰৰ

0 194
  • কৰিমগঞ্জৰ ছলামনাত লোমহৰ্ষক ঘটনা।
  • পিতৃক ঘপিয়াই হত্যা ২ পাষাণ পুত্ৰৰ৷
  • ঘৰৰ বাহিৰলৈ উলিয়াই নি লোমহৰ্ষক হত্যা৷
  • দাৰে মূৰত উপৰ্যুপৰি আক্ৰমণ হাৰিছ আলীক৷ 
  • হত্যাকাণ্ড সংঘটিত কৰি পলায়ন দুয়োৰে৷
  • ঘাতক নচিম উদ্দিন, শৰীফ উদ্দিনৰ সন্ধানত আৰক্ষী৷
Leave A Reply

Your email address will not be published.