danewsplus.com
danewsplus.com

কোন হ’ল বিজেপিৰ বিধায়িনী দলৰ হুইপ, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ…

0 125
  • বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত।
  • বৈঠকত অংশগ্ৰহণ বিজেপি মিত্ৰজোঁটৰ নেতৃত্বৰ।
  • বিধায়িনী দলৰ হুইপ হিচাপে নিৰ্বাচিত গণেশ লিম্বু।
  • ৰূপক শৰ্মা বিধায়িনী দলৰ সাধাৰণ সম্পাদক।
  • কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত চক্ৰধৰ গগৈ।
  • কেনেদৰে কাম কৰি যাব তাক লৈ আলোচনা।
  • বৈঠকৰ কথা জনালে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
Leave A Reply

Your email address will not be published.