danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ ক’ভিডত মৃত্যু ৮১গৰাকীৰ

0 110
  • ৰাজ্যত পুনৰ ক’ভিডত মৃত্যু ৮১গৰাকীৰ।
  • মৃত্যুৰ সংখ্যা বাঢ়িলেও কমিছে সংক্ৰমণ।
  • ২৪ ঘণ্টাত ৫.৮৮লৈ হ্ৰাস আক্ৰান্তৰ হাৰ।
  • শুকুৰবাৰে ৰাজ্যত আক্ৰান্ত ৬,০৬৬গৰাকী।
  • আক্ৰান্তসকলৰ ৯০৭জন কামৰূপ মেট্ৰ’ৰ।
  • শুকুৰবাৰে ১,০৩,১৫৮জনৰ ক’ভিড টেষ্ট।
  • দিনটোত ক’ভিডমুক্তৰ হাৰ ৮৪.২২ শতাংশ।
Leave A Reply

Your email address will not be published.