danewsplus.com
danewsplus.com

বহিঃৰাজ্য়ত সন্ধানহীন অসমৰ ছাত্ৰ

0 181

ইটানগৰত অসমৰ এজন ছাত্ৰ সন্ধানহীন হৈছে। ছাত্ৰজন লখিমপুৰৰ নাওবৈছাৰ চিংকী হাজৰিকা। ছাত্ৰজন বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

ক’ৰোনাৰ বিভীষিকাৰ বাবে বিদ্যালয় বন্ধ হৈ পৰাত পৰিয়ালটোক পোহ-পাল দিয়াৰ উদ্দেশ্যে ইটানগৰত কাম কৰিবলৈ গৈছিল চিংকী হাজৰিকাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত পৰিয়ালে এজাহাৰ দিছে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ সন্ধান ওলোৱা নাই।

Leave A Reply

Your email address will not be published.