danewsplus.com
danewsplus.com

চুবুৰীয়া হাস্পতালক অক্সিজেন সংৰক্ষণ কৰি ৰাখিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে চিলিণ্ডাৰ

0 516

ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। অক্সিজেন সংৰক্ষণ কৰি ৰাখিবলৈ বিশ্ববিদ্যালয়খনে হাস্পতালত প্ৰদান কৰিছে খালী চিলিণ্ডাৰ। বিশ্ববিদ্যালয়খনৰ গৱেষণাগাৰত মজুত থকা খালী চিলিণ্ডাৰ প্ৰদান কৰা হৈছে চুবুৰীয়া হাস্পতাললৈ।

বিশ্ববিদ্যালয়খনৰ এই কাৰ্যক সকলো লোকে প্ৰশংসা কৰিছে। ইফালে খালী চিলিণ্ডাৰ থকা আন আন হাস্পতাল তথা কেন্দ্ৰসমূহকো চিলিণ্ডাৰসমূহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.