danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে দেশত আক্ৰান্ত ৪,১৪,১৮৮গৰাকী

0 55

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৪,১৪,১৮৮। কালিৰ দিনটোত ৩,৯১৫গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৩১,৫০৭ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,১৪,৯১,৫৯৮গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৭৬,১২,৩৫১ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৩৪,০৮৩ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৬,৪৫,১৬৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.