danewsplus.com
danewsplus.com

দেশত লকডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

0 57

নতুন দিল্লী: কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। লকডাউন অবিহনে ক’ৰোনাক ৰোধ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে ন্যায়ালয়ে।

Leave A Reply

Your email address will not be published.