danewsplus.com
danewsplus.com

দেওবাৰে ৰাজ্যত আক্ৰান্ত ২৩৮৫ গৰাকী

0 53

গুৱাহাটী: অসমত কালিৰ দিনটোত ২,৩৮৫গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১০৯৯ জন কামৰূপ মেট্ৰ’ৰ। দেওবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০। কালি মুঠ ২৩৮১৮ জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ১০.০১ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Leave A Reply

Your email address will not be published.