danewsplus.com
danewsplus.com

গুৱাহাটীত ১৪৪ ধাৰা জাৰি

0 44

গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰিছে গুৱাহাটীত।
বিজয় উৎসৱৰ নামত উলিয়াব নোৱাৰিব সমদল।
বিজয়ী প্ৰাৰ্থীৰ লগত থাকিব নোৱাৰিব দুজনৰ অধিক।
ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব।
ভোটগণনা কক্ষৰ বাহিৰত ৫জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
প্ৰত্যেকে মাস্ক পিন্ধাটো বাধ্যতামূলক।ফটকা-আতজবাজী ব্যৱহাৰ কৰিব নোৱাৰিব।
লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা।
নিষেধাজ্ঞা অমান্য কৰিলে লোৱা হ’ব বিহিত ব্যৱস্থা।

Leave A Reply

Your email address will not be published.