danewsplus.com
danewsplus.com

ক’ভিড আক্ৰান্ত হৈ মৃত্যু সাংবাদিক কল্যাণ বৰুৱাৰ

0 67

নতুন দিল্লী: সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ পিছত তেওঁৰ স্বামীয়েও প্ৰাণ হেৰুৱালে ক’ভিডত৷ প্ৰয়াত ভট্টাচাৰ্যৰ স্বামী কল্যাণ বৰুৱাই আজি শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ এখন চিকিৎসালয়ত৷ কল্যাণ বৰুৱা আছিল আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ ব্যুৰ’ চীফ৷ শুকুৰবাৰে মৃত্যুবৰণ কৰা কল্যান বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্য আছিল Time of Indiaৰ সাংবাদিক৷

Leave A Reply

Your email address will not be published.