danewsplus.com
danewsplus.com

ভূমিকম্প: প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মুখ্যমন্ত্ৰীলৈ ফোন

0 73

গুৱাহাটী: বুধবাৰে পুৱাৰ ভাগতে ভুইকঁপে জোকাৰি গ’ল সমগ্ৰ অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি। ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে নেতা দুগৰাকীয়ে। ৰাজ্যবাসীক যিকোনো মুহুৰ্তত সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে অমিত শ্বাহে।

Leave A Reply

Your email address will not be published.