danewsplus.com
danewsplus.com

২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,২৩,১৪৪

0 62

দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,২৩,১৪৪। কালিৰ দিনটোত ২৭৭১ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২,৫১,৮২৭ গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৭৬,৩৬,৩০৭গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৪৫,৫৬,২০৯গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ১,৯৭,৮৯৪গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ২৮,৮২,২০৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.