danewsplus.com
danewsplus.com

ৰাজ্যত পজিটিভিটীৰ হাৰ ৩.২৪%

0 43

গুৱাহাটী: কালিৰ দিনটোত ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২২৩৬। ইয়াৰ ভিতৰত ৮১৫ গৰাকী কামৰূপ মেট্ৰ’ৰ। শনিবাৰে ৰাজ্যত ১৪গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হয়। ৬৯,০৯৪গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল শনিবাৰে। সেই অনুপাতে ৰাজ্যত পজিটিভিটীৰ হাৰ ৩.২৪ শতাংশ।

Leave A Reply

Your email address will not be published.