danewsplus.com
danewsplus.com

মহাৰাষ্ট্ৰৰ ক’ভিড হাস্পাতালত অগ্নিকাণ্ড

0 80

মবাৰাষ্ট্ৰ: মহাৰাষ্ট্ৰৰ বিৰাড়স্থিত ক’ভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।
পুৱতি নিশা ৩.১৫ মিনিটত বিজয় বল্লভ ক’ভিড হাস্পাতালত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ১৩ গৰাকীকৈ লোকৰ মৃত্যু।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

Leave A Reply

Your email address will not be published.