danewsplus.com
danewsplus.com

ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক COVID+

0 68

ক’ৰোনাত আক্ৰান্ত হৈছে ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ।

বৰ্তমান ঘৰতে কোৱাৰেণ্টাইন হৈ আছে খেলুৱৈগৰাকী। তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰাৰ আহ্বান জনাইছে কৌৰে।

Leave A Reply

Your email address will not be published.