danewsplus.com
danewsplus.com

দেশবাসীক ৰঙৰ উত্‍সৱ হোলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0 63

দেশবাসীক ৰঙৰ উত্‍সৱ হোলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ৰঙৰ এই উত্‍সৱটিয়ে সকলোৰে জীৱনত যেন এক নতুন শক্তিৰ সঞ্চাৰ কৰে। তাৰ বাবে প্ৰাৰ্থনা জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে টুইটাৰযোগে ভাৰতবাসীলৈ এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হোলী খেলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে চৰকাৰখনে।

কেৱল পৰিয়ালৰ সৈতে ৰঙৰ এই উত্‍সৱটি পালন কৰিবলৈ অনুৰোধ জনাইছে ভাৰত চৰকাৰে।

Leave A Reply

Your email address will not be published.